Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

থউকি বাথৌ মন

গছে গছে পাতে পাতে জাতিষ্কাৰ সেউজ
কণে কণে পলে পলে বিস্তাৰ গেৰুৱা বৰণ
স্বচ্ছ বগা অনুভৱ।
পৰিৱৰ্ত্তন আৰু উন্নয়নৰ সংস্কাৰ
তিনি ৰঙ্গে আনিব আমাৰ বাবে
নতুন যুগৰ নব চেতনা।
সুখৰ দিন আহিব
থউকি বাথৌ মন
থিক যেন ফুল শয্যাৰ আবেলিতে
পাচোটাকৈ ধানৰ দোন
পৰি আছে বুকুৰ খুৱলিত।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +