Rudra
Kanta
Sarma
চমু পৰিচয়
কবিতা সংকলন
যোগাযোগ
: বিদ্যুৎ:
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
: বিদ্যুৎ:
বিদ্যুৎ!
নিকোলা টেচলা তোমাক প্ৰণামো
কিমান কষ্টৰ মাজেৰে শ্ৰমৰ সাৰ্থক সাধনা
আৰু এতিয়ালৈ
মাথো এটা আমোঘ শক্তিৰ উৎস
ন'হলে নচলে আজিৰ সমাজ সভ্যতা
মানুহৰ সৃষ্টি কৃষ্টি আনকি নিজৰ স্থিতিও
হঠাৎ পঙ্গু হৈ যাব
বিদু্যৎ বিহীন জীৱনৰ কল্পনাও
ভিতীগ্ৰস্ত হ'ব।
< Prev | মোৰ উৎসৱঃ পোহৰৰ
:তোমালৈ: | Next >
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +